‘‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবেঅকণি সহানুভুতিৰে ভাবিব কোনেনো কোৱা?’’-ভূপেনদাই কৈ গৈছে। মানবদৰবী শিল্পীগৰাকীয়ে মানবতাৰ জয়গান গাইছিল। অসমীয়াৰ দুখ বানপানী এইবাৰো আহিল। আনবাৰৰ তুলনাত এইবাৰ যেন অলপ ডাঙৰকৈয়ে।
Wednesday, 30 August 2017
মই ভাগৰা নাই¸ বাট হেৰুওৱা নাই
ধুনীয়া ছোৱালীজনী দিব্যাংগ। হাত এখন নাই। লৰাজনো একেই¸ ভৰি এখন নাই। হয়তো কিবা দুৰ্ঘটনাত দুয়ো হেৰুৱাই পেলাইছে জীবনৰ অমুল্য অংগ। ভালকৈ নাচালে ধৰিবই নোৱাৰি যে তেওলোক স্বাভাবিক নহয়।
ঘুগুণীৰ দোকানত
আমাৰ হাইস্কুলখনৰ ওচৰতে দেবেশ্বৰৰ ভ্ৰাম্যমান ঘুগুণীৰ দোকানখন। স্কুলত পঢ়ি থকাৰ পৰাই প্ৰায়েই সন্ধিয়া ঘুগুণী খাবলৈ আহো। গধুলি বজাৰলৈ আহোতেও ঘুগুণী এক প্লেট খাও। দিনতো ঘৰত বস্তুবোৰ প্ৰস্তুত কৰি
যাত্ৰা
চিপচিপকৈ বৰষুণজাক আহি আছে। জুলাই মাহৰ উৎকট গৰমত যেন পৰম আকাংক্ষিত এই বৰষুণজাক। গপগপীয়া গৰমটোৱে অশান্তি দিছে। ফুল স্পীডত চলি থকা ফেন খনেও যেন গাটো শাঁত পেলাব পৰা
১৯৮০ : এখন গাঁওৰ কাহিনী
পিলে আৰু বাংকাৰ দুৰ্বাদল কাজিয়া। একেবাৰে চকুলৈ নোচোৱা দন। দুয়ো নলেগলে লগা বন্ধু আছিল। গাঁওখনৰ দুয়োজনেই প্ৰতিপত্তিশীল সন্মানীয় ব্যক্তি। সৰুৰে পৰা একেলগে ডাঙৰ হোৱা। হঠাতে যেন সকলো সলনি
দহন
নতুন চাকৰী এটা পাইছে সি। দৰমহাও ভাল। সম্পৰ্কীয় দদায়েক এটাৰ ঘৰতে থাকিব গুৱাহাটীত। তেৱেই চাকৰীটো ঠিক কৰি দিছিল। আগৰটোৰ দৰমহা কম¸ তাতে প্ৰায়ে নাইট ডিউটিও কৰিব লাগে। যাবতীয়
ফেচবুক আৰু এটা যাত্ৰা
ছ’চিয়েল মিডিয়াৰ প্ৰভাব কোনেও আজি নুই কৰিব নোৱাৰে। ইয়াৰ প্ৰভাব সৰ্বত্ৰ। বহুক্ষেত্ৰত কু প্ৰভাবে সামাজিক পৰিবেশ বিঘ্নিত কৰিছে যদিও কিন্তু সময়ে সময়ে তাকৰীয়া এচামে ভাল কামৰ মাধ্যমেৰে পৰীক্ষা-নিৰিক্ষাও
দুখৰ কবিতা
(১) সুখে এদিন কলে দুখকতুমি ভাল নোহোৱাচকুপানী উপচাই হৃদয় কৰা গধুৰ!মই হাঁহি বিৰিঙাই তোলোসিঁচি দিও প্ৰাপ্তিৰ আভা… হাঁহি মাৰি কলে দুখেমই নহও তোমাৰ দৰে স্বাৰ্থপৰ…তুমি আলহী ক্ষন্তেকীয়ামইতো মানুহৰ
অতৃপ্ত আত্মাৰ বিননি
গৰমৰ দিন। প্ৰকাণ্ড চোতালখনত আমি বহি আছো। আমি মানে ডেকা¸ শৰ্মা আৰু বৰবৰা আৰু মই। কলনিটোত লগালগি চাৰিওৰে কোৱাৰ্টাৰকেইটা। তিনিজনেই অবিবাহিত। শৰ্মাই পৰিবাৰক ঘৰতে ৰাখিছে। গাঁওৰ পৰিবেশ। মানুহে
অনুভবৰ আং বাং
হৃদয় বৰ ঠুনুকাবাৰে বাৰে ভাগে¸যান্ত্ৰিক পৃথিবীত যেন সকলো যন্ত্ৰ মই পুৰণি দিনৰ মানুহমিলিব নোৱাৰো সময়ৰ লগতহেঁপাহো নাই মৰম দিবহে শিকিলোনুবুজো মেৰপাকনাজানো একো সময়ৰ লগে লগে হৃদয়বোৰো ডিজিটেল হৈ
যন্ত্ৰনা
(এটা খবৰ শুনি প্ৰতিবাদত) আত্মহত্যা বিলাস নহয়চকুৰ পানীৰে বাট নেদেখা যন্ত্ৰনাও নহয় এটা মানসিক ৰোগৰ নাম আত্মহত্যাকাপুৰুষালিৰ নাম আত্মহত্যাজীবনৰ সতে যুঁজিবলৈ যাৰ সৎ সাহসৰ অভাবযিয়ে নোৱাৰে কৰিব সফলতা¸
ভুতৰ গল্প
ৰাতি ডেৰ বাজি গৈছিল। মোৰ টোপনি অহা নাছিল। কিবা কিবি লিখি আছিলো। হঠাতে উচপ খাই উঠিলো। বাহিৰত কুকুৰে ভুকিছে। বিচনাৰ পৰা নামি লাইটতো জলাই বাহিৰলৈ ওলাই আহিলো। এখন
মানুহবোৰ এদিন নোহোৱা হয়
কাহিনীবোৰ ৰৈ যায়মুখ বাগৰি বাগৰি ইতিহাস হয়এসময়ৰ জীয়া কাহিনীএদিন শিল হয় কাহিনীবোৰত সুখ থাকেকাহিনীবোৰত দুখ থাকেহিংসা¸ ষড়যন্ত্ৰৰ বিষবাস্প থাকে সময়ে কাকো ক্ষমা নকৰেএকালৰ বৃন্দাবন চন পৰি ৰয়…
এদিন লগপাম আপোনাক
এদিন লগ পাম আপোনাকআগধৰি মাত দিমকথা পাতিম দিয়ক ক্ষন্তেক সময়লম সুখ-দুখৰ কিছু খবৰ মোৰ খুউব ইচ্ছা জানেচিনাকী হমেই এদিন আপোনাৰ সতেসময়ৰ কোনোবা এটা কেঁকুৰীতআমি মুখামুখি হম মই চিঞৰি
আমি পোহৰৰ সন্তান
(১) হাঁহি অলপ ধাৰলৈ দিয়কমই সপোনবোৰ দিমআবেগৰ জেণ্ডাৰত… হৃদয়ৰ ফেচবুকত যন্ত্ৰনাবোৰৰ প্ৰফাইলদুখৰ মেচেঞ্জাৰত আহে হালধীয়া বাৰ্তাদুচকুৰ ৱাটচ্এপত বিচাৰো আশাৰ সন্ধান… (২) সুখ লাগিছিল এপোৱামানকোনখন বজাৰত কিনিবলৈ পায়? বাতিৰামৰ
আহইবো আকদিন আমাৰ গাৱোক
আহইবো একদিন আমাৰ গাৱোকফুৰাম আপুনাক চাইকেলত তুলি গাঁওখানআগফালৰ ধামত বহি যাবো আপুনিকেৰিয়াৰখান অলপ ভাঙা¸হাফ পেডেল মাৰিম কাচা ৰাস্তাতভয় নাখাবোফেলে নেদু আপুনাকঅভ্যাখ আছে চকুমুজি চাইকেল চলাৱাকেমান চাল-চামৰা গেল আজিকগেলিহিচাব
ভালপোৱাৰ বিজ্ঞাপন
গাৰ্লফ্ৰেণ্ড নহয় এজনী প্ৰেয়সী বিচাৰিছোআমুৱাইছে তথাকথিত আধুনিকতাইআৱেগহীন স্বাৰ্থপৰ সম্পৰ্কবোৰ ঠুনুকা মোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলএদিন ব্ৰেকআপ হলসামান্য এটি অজুহাতত মোৰ অকনো দুখ লগা নাছিলতাইৰ চকুতো নাছিল কোনো অনুতাপওভতাই দিছিল
এগৰাকী ধৰ্ষিতাৰ আত্মকথা
অাধুনিকা হলেও অত্যাধুনিকা নহওনিপিন্ধো চুটি কাপোৰমাৰ্জিত সাজপাৰ সাধাৰণ প্ৰসাধনৰে এনেয়েও ধুনীয়া¸বিয়েৰ বাৰত নাযাওউইক এণ্ডত নানাচো ডিস্কোতবয়ফ্ৰেণ্ডৰ গাত গা লগাই ঘুৰি ফুৰিবলৈওনাথাকে সময়¸সাধাৰণ যুবতীৰ থাকে হেজাৰ সপোন… মধ্যবিত্ত পৰিয়ালটোৰ চকুৰ
Subscribe to:
Posts (Atom)
Blog Archive
- July 2020 (8)
- June 2020 (21)
- May 2020 (10)
- April 2020 (11)
- May 2018 (2)
- August 2017 (21)
- July 2017 (9)
- June 2017 (46)
- April 2017 (24)
Popular Posts
-
(অকবিতা) ------------------- তোমাৰ হাতে হাতধৰি এজাক বৰষুণত তিতাৰ মন¸ তোমাৰ চকুত থৈ বিলীন হৈ যোৱাৰ মন নীলিমত¸ সাগৰৰ এচামুচ নীলা দ...
-
ৰাতি ডেৰ বাজি গৈছিল। মোৰ টোপনি অহা নাছিল। কিবা কিবি লিখি আছিলো। হঠাতে উচপ খাই উঠিলো। বাহিৰত কুকুৰে ভুকিছে। বিচনাৰ পৰা নামি লাইটতো জলাই ব...
-
(১) সুখে এদিন কলে দুখক তুমি ভাল নোহোৱা চকুপানী উপচাই হৃদয় কৰা গধুৰ! মই হাঁহি বিৰিঙাই তোলো সিঁচি দিও প্ৰাপ্তিৰ আভা… হাঁহি মাৰি কলে দ...
-
খুড়া সাধু কোৱানা। - মোৰ আঠবছৰীয়া ভতিজীটো আহি মোৰ বিচনাত উঠিল। ভাতকেইটা খাই বিচনাত উঠিছিলোহে। বৰষুণ বতৰ। কাৰেন্ট নাচিলেই। অলপ আগতেহে আহি...
-
: দাদা¸ আপুনিযে ইমান ভুতৰ কথা লিখে¸ দেখিবলৈ ভুতৰ দৰে নেকি আপুনি? - ইমবক্সত এনেকৈ কাৰোবাৰ মেছেজ পালে হাঁহি উঠি যায়। গাঁওৰ লৰা হিচাপে সৰুৰে ...
-
গৰমৰ দিন। প্ৰকাণ্ড চোতালখনত আমি বহি আছো। আমি মানে ডেকা¸ শৰ্মা আৰু বৰবৰা আৰু মই। কলনিটোত লগালগি চাৰিওৰে কোৱাৰ্টাৰকেইটা। তিনিজনেই অবিবাহিত...
-
সমনীয়াবোৰ গাঁওত নোহোৱাই হল। জীবিকাৰ তাড়নাত বেছিভাগেই বাহিৰত। তপনক প্ৰায়ে লগপাও। বিয়া-বাৰু কৰাই সংসাৰী হল বাবে আগৰদৰে আড্ডা দিয়া নহয়গৈ। স...
-
মিঠা বৰনীয়া ছোৱালীজনী সিমান ধুনীয়া নহয়। তথাপিও ভাল লাগি গল মোৰ। কিবা এটা যেন নাৰীসুলভ কমনীয়তা আছে। নিয়মিয়া উচ্চতাৰ যুবতীগৰাকীয়ে চশমা প...
-
: ঐ চা না¸ কি মস্তি মাল বে। - গুটখা খাই থকা চানি লিয়নিৰ ভক্ত পিলিঙা লৰাটোৱে আঙুলিয়াই টকালি পাৰি উঠে। : হয় বে¸ কি হট পিছ বে। - পালচাৰৰ ও...
-
একা বেঁকা পথটোৰে আমাৰ বলেৰ‘খন আগবাঢ়িছিল। পাহাৰীয়া ৰাষ্টা। আগবেলা টান বৰষুণ এজাক গৈ ৰাষ্টাটো বৰ পিচল হৈ আছিল। ঠায়ে ঠায়ে কৰবাত অলপ মাটি খহি পৰ...