Now you can Subscribe using RSS

Submit your Email

Monday, 12 June 2017

ৰাং কুকুৰ

Unknown

: ঐ চা না¸ কি মস্তি মাল বে।
- গুটখা খাই থকা চানি লিয়নিৰ ভক্ত পিলিঙা লৰাটোৱে আঙুলিয়াই টকালি পাৰি উঠে।
: হয় বে¸ কি হট পিছ বে।
- পালচাৰৰ ওপৰত বহি থকা ফতুৱা মাৰ্কাৰ লৰাটোৱে সহযোগ কৰে। ঘৰত ডকাহকা দি নতুনকৈ বাইকখন কিনিছে সি। তিনিবাৰ দিয়ো বি এ পাছ কৰিব নোৱাৰিলে। চিকাৰী কুকুৰৰ দৰে সিঁহতৰ চকুকেইটা লকলকাই উঠিল।
তাই দুৰৰ পৰাই দেখিলে সিঁহতক। আজিও চাগে চিঞৰিব। ৰৈ গল তাই। তাই সিদ্ধান্ত ললে¸ অকলে আৰু কেতিয়াও এইটো পথেৰে নাহে। কামুৰিবলৈ ৰৈ থাকে ৰাং কুকুৰৰ জাক।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib