চাৰিআলিটোত মিটিং এখন হৈছিল। শ শ ৰাইজ ওলাই আহিছিল। সন্মানীয় বাইদেউজনীয়ে উদাত্ত ভাষণ দিছিল! যমুনামুখৰ শিক্ষয়িত্ৰী গৰাকীৰ ধৰ্ষণকাৰীক ফাচি দিব লাগে। মানুহবোৰে হাত চাপৰি বজাইছিল।
দুদিনমান গল। সন্ধিয়া টিউচনৰ পৰা আহোতে ছোৱালীজনীৰ শ্লীলতা হানি কৰিলে দুৰ্বিত্বই! তাই ভাঙি পৰিল।
মানুহবোৰ আকৌ ওলাই আহিল। আকৌ এবাৰ প্ৰতিবাদ হল! দুদিনমান পিছত সকলো পাহৰি গল।
দুৰ্বিত্ত ধৰা নপৰিল।।
মানুহবোৰ আকৌ ওলাই আহিল। আকৌ এবাৰ প্ৰতিবাদ হল! দুদিনমান পিছত সকলো পাহৰি গল।
দুৰ্বিত্ত ধৰা নপৰিল।।
0 comments:
Post a Comment