ৰাজধানীৰ পৰা মাথো কেই কিলোমিটাৰমান আঁতৰত গাঁওখন। আধুনিকতাৰ বা লাগি ক্ৰমাত নগৰমুখী গাঁওখন। ঠিক যেন চহৰো নহয়¸ গাঁৱো নহয়। নেচনেল হাইৱেৰ বাওকাষেৰে অলপ সোমাই গলেই হায়াৰ ছেকেণ্ডাৰী স্কুলখন।
Monday, 19 June 2017
Friday, 16 June 2017
টিট ফৰ টেট - ৩
Unknown
June 16, 2017
মুৰ্চ্ছনা মোৰ লৰালিৰে বান্ধবী। সৰুৰে পৰা একেখন স্কুলতে পঢ়ি ডাঙৰ হৈছো। আমাৰ ওচৰৰ গাঁওখনত তাইৰ ঘৰ। কলেজৰ সাধাৰণ শিক্ষা সমাপ্ত কৰাৰ পিছত মই কামেকাজে লাগিলো। ঘৰৰ ডাঙৰ যেতিয়া
Thursday, 15 June 2017
এই মাটিৰে মৰমতে
(১) কিনকিনকৈ বৰষুণজাক আহি আছে। এতিয়াও কাম কৰি আছে হৰেশ্বৰে। পথাৰৰ আলিটো বান্ধি চাৰিওফালে চালে সি। ধান এইবাৰ ভাল হৈছে। বৰষুণ নাছিলেই যোৱাবাৰ। পথাৰত চিৰালফাট মেলিছিল। ধান নাপালেই
এটা আধুনিক সাধু
খুড়া সাধু কোৱানা। - মোৰ আঠবছৰীয়া ভতিজীটো আহি মোৰ বিচনাত উঠিল। ভাতকেইটা খাই বিচনাত উঠিছিলোহে। বৰষুণ বতৰ। কাৰেন্ট নাচিলেই। অলপ আগতেহে আহিছে। ঠাণ্ডা বতৰত ব্লেংকেটখন আধালৈকে লৈ গান
চেংকাই¸ ৰিয়াণ্ডা আৰু মই…
’সপোনটো সাৰ পাইছিল ৰঙা হৈ উঠিছিল সুৰুযটো। ’- এনেকৈয়ে প্ৰিয় হৈ উঠিছিল সপোনবোৰ। সপোনবোৰত ফুল আছিল। ফুলবোৰত কাঁইট। কাঁইটীয়া পথেৰেই আগবাঢ়ি গৈছিল তেজাল ঘোঁৰাৰ জাক। মোৰ মানসিকতাত স্বাধীনতাৰ
নীলনয়নী তোমাৰ বাবে…
: চাল্লা আজিহে বাইকৰ চেইনদাল চিগি থাকিব পাৰেনে! - ভোৰভোৰাই উঠিল কাব্য। অফিচত কনফাৰেঞ্চ আছে আজি হোটেল অশোকাত। হেড অফিচৰ পৰা কেইবাজনো ডাঙৰ মুৰব্বী আহিব। আজিৰ মিটিংখন ইম্পোৰ্টেন্ট
অ’ ফুল অ’ ফুল নুফুল কিয়
: খালীগাড়ী খালীগাড়ী¸ আদাবাৰী জালুকবাৰী…। আহক দাদা আহক¸ আহক বাইদেউ। - সৰু পোৱালিটোৱে মানুহবোৰ মাতি উঠাই আছে। মিৰ্জা ষ্টেণ্ডত আগৰ পৰাই মেক্সিমো এখন ৰৈ আছিল। আমাৰ মেজিকখন দেখি
ভাৰ্চুৱেল পৃথিবী
অকলে থকা বৰিং টাইমখিনিত মোবাইলটোৱে সংগী আজিকালি। জয় হৌ আম্বানী বাবা। আজিকালি ব’ৰ হৈ নাথাকোওৱেই বেং। দহ টকাত দেইলী টেন জিবি¸ ইউ টিউব ভিডিঅ’ চাট ভিডিঅ’কল ফ্ৰী। মজা
নিশাচৰ
নিশাৰ মহানগৰী। দোকান-পোহাৰ চব বন্ধ হৈ পৰিছে। দিনৰ ব্যস্ত পথবোৰত মৰিশালীৰ নিস্তব্ধতা। যেন এডাল দীঘল সাপৰ দৰে পৰি আছে পথটো। অদুৰত কুকুৰৰ জাকবোৰে ভুকিছে। নিজৰ এলেকাত প্ৰবেশ নিষিদ্ধ
Subscribe to:
Posts (Atom)
Blog Archive
- July 2020 (8)
- June 2020 (21)
- May 2020 (10)
- April 2020 (11)
- May 2018 (2)
- August 2017 (21)
- July 2017 (9)
- June 2017 (46)
- April 2017 (24)
Popular Posts
-
(অকবিতা) ------------------- তোমাৰ হাতে হাতধৰি এজাক বৰষুণত তিতাৰ মন¸ তোমাৰ চকুত থৈ বিলীন হৈ যোৱাৰ মন নীলিমত¸ সাগৰৰ এচামুচ নীলা দ...
-
ৰাতি ডেৰ বাজি গৈছিল। মোৰ টোপনি অহা নাছিল। কিবা কিবি লিখি আছিলো। হঠাতে উচপ খাই উঠিলো। বাহিৰত কুকুৰে ভুকিছে। বিচনাৰ পৰা নামি লাইটতো জলাই ব...
-
(১) সুখে এদিন কলে দুখক তুমি ভাল নোহোৱা চকুপানী উপচাই হৃদয় কৰা গধুৰ! মই হাঁহি বিৰিঙাই তোলো সিঁচি দিও প্ৰাপ্তিৰ আভা… হাঁহি মাৰি কলে দ...
-
খুড়া সাধু কোৱানা। - মোৰ আঠবছৰীয়া ভতিজীটো আহি মোৰ বিচনাত উঠিল। ভাতকেইটা খাই বিচনাত উঠিছিলোহে। বৰষুণ বতৰ। কাৰেন্ট নাচিলেই। অলপ আগতেহে আহি...
-
: দাদা¸ আপুনিযে ইমান ভুতৰ কথা লিখে¸ দেখিবলৈ ভুতৰ দৰে নেকি আপুনি? - ইমবক্সত এনেকৈ কাৰোবাৰ মেছেজ পালে হাঁহি উঠি যায়। গাঁওৰ লৰা হিচাপে সৰুৰে ...
-
গৰমৰ দিন। প্ৰকাণ্ড চোতালখনত আমি বহি আছো। আমি মানে ডেকা¸ শৰ্মা আৰু বৰবৰা আৰু মই। কলনিটোত লগালগি চাৰিওৰে কোৱাৰ্টাৰকেইটা। তিনিজনেই অবিবাহিত...
-
: ঐ চা না¸ কি মস্তি মাল বে। - গুটখা খাই থকা চানি লিয়নিৰ ভক্ত পিলিঙা লৰাটোৱে আঙুলিয়াই টকালি পাৰি উঠে। : হয় বে¸ কি হট পিছ বে। - পালচাৰৰ ও...
-
সমনীয়াবোৰ গাঁওত নোহোৱাই হল। জীবিকাৰ তাড়নাত বেছিভাগেই বাহিৰত। তপনক প্ৰায়ে লগপাও। বিয়া-বাৰু কৰাই সংসাৰী হল বাবে আগৰদৰে আড্ডা দিয়া নহয়গৈ। স...
-
মিঠা বৰনীয়া ছোৱালীজনী সিমান ধুনীয়া নহয়। তথাপিও ভাল লাগি গল মোৰ। কিবা এটা যেন নাৰীসুলভ কমনীয়তা আছে। নিয়মিয়া উচ্চতাৰ যুবতীগৰাকীয়ে চশমা প...
-
একা বেঁকা পথটোৰে আমাৰ বলেৰ‘খন আগবাঢ়িছিল। পাহাৰীয়া ৰাষ্টা। আগবেলা টান বৰষুণ এজাক গৈ ৰাষ্টাটো বৰ পিচল হৈ আছিল। ঠায়ে ঠায়ে কৰবাত অলপ মাটি খহি পৰ...