Now you can Subscribe using RSS

Submit your Email

Wednesday, 14 June 2017

দেওবৰীয়া চিন্তা

Unknown
এই যে মনৰ উকমুকাই থকা কথাবোৰ
খুলি কলে মনটো পাতল লাগে
এই যে হথাতে কাৰোবাক ভাল লাগি আমি মাতো
হেই ব্ৰো¸ হেই চিচ¸ ডিয়েৰ…
এইবোৰৰ অৰ্থ কি বাৰু!
হিয়াৰ আন্তৰিকতাৰে প্ৰকাশ নহয় জানো
মোৰ চৰিত্ৰৰ এটা দুৰ্বল দিশ¸
সহজে চবকে আকোৱালি লব পাৰো¸
ভাল পাব পাৰো¸
বেয়া পাই যাবলৈ বৰ কষ্ট পাও¸
কেনেবাকৈ বেয়া পাই গলে
পুনৰ আকোৱালি লব কষ্ট পাও।
লাইফৰ ৰেচৰ ময়ো এজন ৰেচাৰ
বৰ বিশেষ ভাল নহলেও ষ্ট্ৰাগলাৰ¸
হয়তো শব্দবোৰৰ সতে নিজেই
নিজৰ লগত কথা পাতো
যেতিয়া মোৰ শব্দই
কাৰোবাৰ প্ৰেৰণা হোৱা বুলি কয়
বৰ ভাল লাগে¸
স্বৰ্গসুখ পাও¸
ইয়াতকৈ ডাঙৰ উপহাৰ মোক কি লাগে।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib