ছোৱালী জনীয়ে নতুনকৈ জইন কৰিছে বিভাগটোত। মৰমলগা¸ চিম্পল ছোৱালীজনীক মোৰ ভাল লাগে। হয়তো চাৰিবছৰমান মোতকৈ সৰু। একেটা অফিচতে হলেও মোৰ ব্ৰাঞ্চত নহয় বাবে তেনেকৈ কথা-বাৰ্তা হোৱা নাই। প্ৰায় তিনিশ কৰ্মচাৰীৰ আমাৰ বৃহৎ উদ্যোগটোৰ মই মাৰ্কেটিং হেড। নাম এতিয়াও নাজানো তাইৰ। জুনিয়ৰ এনালাইচিষ্ট তাই। পদমৰ্য্যদাত মোতকৈ জুনিয়ৰ।
এই কৰ্পোৰেট ফিল্ডত এয়াই সমষ্যা। আবেগবোৰক ডবাই ৰাখি কৃটিম গাম্ভীৰ্য্য মেইনটেইন কৰিব লাগে।
বিয়াৰ বয়স হৈ আহিছে মোৰো। আজিলৈকে গাৰ্লফ্ৰেণ্ড নাই। ভাল ছোৱালী এজনী পালে সোনকালে বিয়াখন পাতিম।
এই কৰ্পোৰেট ফিল্ডত এয়াই সমষ্যা। আবেগবোৰক ডবাই ৰাখি কৃটিম গাম্ভীৰ্য্য মেইনটেইন কৰিব লাগে।
বিয়াৰ বয়স হৈ আহিছে মোৰো। আজিলৈকে গাৰ্লফ্ৰেণ্ড নাই। ভাল ছোৱালী এজনী পালে সোনকালে বিয়াখন পাতিম।
ৰাজশ্ৰী¸ তোমাৰ এচিষ্টেন্টজনীক ভাল লাগিছে। কৈ উঠে বান্ধবী ৰাজশ্ৰীক। দুয়ো একেলগে জইন কৰিছিলো কম্পেনীটোত। ইউনিভাৰচিটিতে লগ পাইছিলো তাইক। দুয়ো একেলগে এম বি এ কৰিছিলো। মোতকৈ এটা বেটচ্ তলৰ ছোৱালীজনী। বিৰাট ফ্ৰী ভাল ছোৱালী তাই। আমি দুয়ো অসমৰে বাবে দুয়োৰে মাজত আন্তৰিকতা বেছি।
মই এতিয়াও চিংগল। ইয়াৰ লৰা এজনক ভাল পায় তাই। তাইৰ ঘৰৰ পৰা সম্পৰ্কটো মানি লোৱা নাই¸ সেয়াই দুখ। এই ক্ষেত্ৰত ময়ো বিশেষ সহায় কৰিবলৈ অপাৰগ।
মই এতিয়াও চিংগল। ইয়াৰ লৰা এজনক ভাল পায় তাই। তাইৰ ঘৰৰ পৰা সম্পৰ্কটো মানি লোৱা নাই¸ সেয়াই দুখ। এই ক্ষেত্ৰত ময়ো বিশেষ সহায় কৰিবলৈ অপাৰগ।
: তুমি বেলেগ ছোৱালী ছোৱা পলাশদা। তাই তোমাৰ বাবে ভাল নহব। -সেমেকা হাঁহি এটা মাৰি কৈ উঠে তাই।
: কিয়?? -অাচৰিত হও মই। জাতি-ধৰ্ম¸ উচ্চ-নীচ এইবোৰ বাছ-বিচাৰ মোৰ নাই। মোৰ পচন্দই মা-দেউতাৰো পচন্দ। ভাল চাকৰী মোৰ। বেয়া স্বভাব একো নাই। দেখাতো মই ধুনীয়া। কাৰোবাৰ বাবে অযোগ্য হোৱাৰ প্ৰশ্নই নাহে।
মোৰ মুখৰ প্ৰশ্নবোধক বুজি পাই ৰাজশ্ৰীয়ে।
: জানা পলাশদা¸ তাই এটা লৰাক ভাল পাইছিল।
আকৌ মনটো মৰি গল মোৰ ৰাজশ্ৰীৰ কথা শুনি। কাৰোবাৰ চকুত সপোনটো সজাব খুজিছিলোহে¸ আহিল আকৌ বাধা। ছেহ: মোৰ লাইফটো কিয় এনেকুৱা বাৰু!
প্ৰাপ্তিৰ মুহুৰ্তত আকৌ দুৰলৈ আঁতৰি যায়।

মোৰ সৰু কেবিনটোত ৰাজশ্ৰী বহি আছে। কাম নাথাকিলে দুয়ো আড্ডা দিও এইদৰে। লেপটপটো আধা জপোৱা আছে। অকমাণ আগতে চচিয়েল চাইট ফেচবুকত বিচৰণ কৰিছিলো মই।
: পলাশদা¸ তাইৰ নাম স্নেহা। - কৈ উঠে তাই। হয়তো ময়ো উদগ্ৰীব হৈ পৰিছো তাইৰ বিষয়ে জানিবলৈ। এনে কি বিশেষ গুণ আছে তাইৰ প্ৰেমিকৰ যিটো মোৰ নাই। এই মুহুৰ্তত নিজকে আকৌ এবাৰ নিজকে সৰু যেন লাগে মোৰ।
*********************************
*********************************
স্নেহাই অংকিতক ভাল পাইছিল নিজৰ জীবনতকৈয়ো বেছিকৈ। কলেজৰ দিনৰে প্ৰেম তাইৰ। সিয়ো তাইক বহুত বেছি ভাল পায়। দুয়ো দুয়োৰে বাবে অভিন্ন। দুটি দেহ এটি মন। স্নেহাৰ পৰিয়ালে অংকিতক মৰম কৰে। একমাত্ৰ ছোৱালীজনীৰ সুখেই তেওলোকৰো সু্খ। অংকিততো বেয়া লৰা নহয়। মেনেজমেন্ট ট্ৰেইনী দুয়ো। অংকিত তাইতকৈ দুটা বেটচ্ চিনিয়ৰ। ধুনীয়া মৰমলগা লৰাটোৰ প্ৰস্তাবত একেবাৰতে মান্তি হৈছিল তাই।
: অংকিত¸ তোমাক নাপালে মই মৰি যাম জানা। - আকুল হৈ কৈ উঠে তাই।
: ধেৎ আকৰীজনী¸ নাপায় মৰাৰ কথা কব। তোমাক মোৰ পৰা কোনেও আতৰি নিব নোৱাৰে। - সি সাবতি ধৰে তাইক।
অংকিতৰ মৰমত স্নেহা সুখী।
: অংকিত¸ তোমাক নাপালে মই মৰি যাম জানা। - আকুল হৈ কৈ উঠে তাই।
: ধেৎ আকৰীজনী¸ নাপায় মৰাৰ কথা কব। তোমাক মোৰ পৰা কোনেও আতৰি নিব নোৱাৰে। - সি সাবতি ধৰে তাইক।
অংকিতৰ মৰমত স্নেহা সুখী।
হথাতে যেন অমানিশা নামি আহিল। যদি বাধাই নাই সেয়া কি প্ৰেম! ৰোমিঅ’-জুলিয়েট¸ লাইলা-মজনু চবেই সংগ্ৰাম কৰিব লগা হৈছিল। স্নেহাই ভয় নকৰে। অংকিত লগত থাকিলে মৃত্যুলৈকো ভয় নকৰে তাই।
স্নেহাহঁতৰ তুলনাত অলপ ধনীঘৰৰ লৰা অংকিত। তাতে উচ্চবৰ্গৰ। কোনো পধ্যেই অংকিতৰ পৰিয়ালে বোৱাৰী মানি নলয় তাইক। তাই উপাই বিহীন। অংকিতাৰ ককায়েক¸ দেউতাকে বেয়াকৈ অপমান কৰে দেউতাকক! নিম্ম বৰ্গৰ ছোৱালী বিয়া কৰাই হাঁহিয়াতৰ পাত্ৰ হব নোৱাৰে সমাজত। অংকিতে প্ৰতিবাদ কৰিব খুজিও নোৱাৰে। ঘৰৰ সৰু লৰা সি। মাক-বাপেকৰ অবাধ্য হব নোৱাৰে।
: প্লিজ স্নেহা¸ মন বেয়া নকৰিবা। সময়ত চব ঠিক হৈ যাব! আচলতে আমাৰ ঘৰখন অলপ পুৰণি কলীয়া যে সেয়েহে মানি লোৱা নাই। - অংকিতে বুজাই তাইক।
: কিন্তু অংকিত¸ কোনো পধ্যেই মই তোমাক হেৰুৱাব নোৱাৰো। - অংকিতৰ বুকুত সোমাই ফেকুৰী উঠে তাই। অংকিতৰো বেয়া লাগে!চলচলীয়া হৈ পৰে দুচকু।
: কিন্তু অংকিত¸ কোনো পধ্যেই মই তোমাক হেৰুৱাব নোৱাৰো। - অংকিতৰ বুকুত সোমাই ফেকুৰী উঠে তাই। অংকিতৰো বেয়া লাগে!চলচলীয়া হৈ পৰে দুচকু।
: স্নেহা¸ বলানা আমি বিয়া পাতো। তেতিয়া কোনেও আমাক আতৰাব নোৱাৰে। - হথাতে কৈ উঠে অংকিতে।
: কিন্তু…এইদৰে। - চিন্তাক্লিষ্ট হৈ পৰে স্নেহা।
: একো নহয়¸ ঘৰত এতিয়াই নকবা। চব ঠিক হলে কম।
: কিন্তু…এইদৰে। - চিন্তাক্লিষ্ট হৈ পৰে স্নেহা।
: একো নহয়¸ ঘৰত এতিয়াই নকবা। চব ঠিক হলে কম।
পিছদিনাই স্নেহাৰ আৰু তাৰ বন্ধু বান্ধবী কেইজনমানৰ উপস্হিতিত অনুষ্ঠুপীয়া বিয়াখন পাতে সিঁহতে। ভগবানক সাক্ষী কৰি অংকিতে তাইৰ শিৰত আকি দিয়ে সেন্দুৰ।
এতিয়া বহুত সুখী তাই। কোনেও আৰু সিঁহতক আতৰাব নোৱাৰে।
দিনবোৰ গৈ থাকে। উপযুক্ত সময়ৰ অপেক্ষাত দুয়ো অপেক্ষাৰত। অংকিতৰ ভাড়াঘৰলৈ মাজে মাজে তাই আহে। ঘন্টাৰ পিছত ঘন্টা দুয়ো কথা পাতে¸ হাঁহে।
: স্নেহা¸ শুনাচোন। অংকিতৰ অসুখ। হস্পিটালত ভৰ্তি কৰিছো। - হথাতে অংকিতৰ ৰুমমেট নিহালৰ ফোনটো পাই বাউলী হৈ ওলাই আহে তাই। হস্পিটালৰ বেডত অংকিত শুই আছে। কান্দোনত ভাঙি পৰে তাই। এয়া কি হৈ গল হথাতে। নিহালে কোৱামতে মুখেৰে হলাহল তেজ ওলাইছে তাৰ। তাৰ যদি কিবা এটা হৈ যায়…। আৰু ভাবিব নোৱাৰে তাই। চকুৰে একো নেদেখা হৈ ঢলি পৰে।
কোনোবাই পানী চটিয়ালে তাইৰ মুখত।
: স্নেহা¸ চিন্তা নকৰিবাচোন। অংকিত ভাল হব নহয়। মাথো এটা মাইনৰ অপাৰেচন। - তাইৰ বান্ধবী গৰাকীয়ে কৈ থাকে তাইক। জাষ্ট টিউমাৰ আৰম্ভ হৈছেহে তাৰ। সৰু অপাৰেচনৰ দ্বাৰা ঠিক হৈ যাব। মাথো কেইমাহমান ৰেষ্টত থাকিব লাগিব।
: আইম হিজ ৱাইফ। -মেডিকেল ফৰ্মখনত চহী কৰি ডক্টৰজনক কৈ উঠে তাই। ইতিমধ্যে অংকিতৰ ঘৰৰ মানুহবোৰ পগলা হৈ দৌৰি আহিছে। নিহালে খবৰ দিছে।
: আইম হিজ ৱাইফ। -মেডিকেল ফৰ্মখনত চহী কৰি ডক্টৰজনক কৈ উঠে তাই। ইতিমধ্যে অংকিতৰ ঘৰৰ মানুহবোৰ পগলা হৈ দৌৰি আহিছে। নিহালে খবৰ দিছে।
: ৰাক্ষসী¸ পিশাচী¸ তয়ে মোৰ ভাইটোক খালি। - দুৱাৰ মুখতে অংকিতৰ বায়েকে গালি পাৰে তাইক। নিহকুলীয়া ছোৱালীজনী ভায়েকৰ আশেপাশে থকাটোও সহ্য নহয় তেওৰ। নিজৰ চকুলো মচি ৰৈ থাকে স্নেহা। অংকিতৰ বাবে এইখিনি সহ্য কৰিবই লাগিব। অংকিত তাইৰ হিয়াৰ এফাল।
: মা¸ মই তাইক বিয়া কৰাইছো। তঁহতে গালি নিদিবিচোন। মই তাইক এৰিব নোৱাৰো। - স্পষ্টকৈ সকলোৰে আগত কৈ উঠে অংকিতে। অপাৰেচনটোৰ পিছত তাৰ গা অলপ ভাললৈ আহিছে। স্নেহা তাৰ ওচৰতে বহি আছিল। হাজাৰ গালি পাৰক¸ মাৰক তাই তাৰ পৰা আতৰি থাকিব নোৱাৰে। শিৰত তাইৰ সামান্য সেন্দুৰ। হয়তো ভালকৈ চালে ধৰিব পাৰি। ডিঙিত অংকিতে পিন্ধাই দিয়া মংগলসুত্ৰডাল এপাকত কুৰ্টিৰ ভিতৰৰ পৰা ওলাই আহিছে।
দীঘল হুমুনিয়াহ এটা ওলাই আহিল অংকিতৰ মাকৰ। লৰাই মনে মনে বিয়া পাতিলে যেতিয়া উপাইতো নাই। সিহে তাইৰ লগত থাকিব। অংকিত সুস্হ হলেই আকৌ এবাৰ সমজুৱাকৈ বিয়া পাতি দিব দুয়োৰে।
স্নেহাৰ মনতো আনন্দত নাছি উঠিল। তাৰ লাগে মুখে মৰমেৰে হাত বুলাই অংকিতক লৈ গল ঘৰলৈ। আকৌ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে অংকিত গলগৈ। চকুত তাৰ দুটোপাল চকুপানী। হয়তো প্ৰিয়াক এৰি যোৱা বিৰহত¸ হয়তো যুদ্ধ জয়ৰ আনন্দত।
তিনিটা মাহ যেন তিনিটা যুগ স্নেহাৰ। নিতৌ বহুসময় কথা পাতে তাৰ লগত ফোনত। তাই যেন পক্ষী হৈ উৰি যাব সাতশ কিলোমিটাৰ দুৰৰ অংকিতৰ ঘৰলৈ। আজিকালি তাৰ মাক-ভনীয়েক সকলোৱে সহজ হৈছে তাইৰ লগত।
: বৌ¸ তুমি কি কি কাম কৰিব জানানো? আমাৰ কিন্তু ডাঙৰ পৰিয়াল। ডেইলী বিশজন মানুহৰ খানা বনাব লাগিব তুমি। -অংকিতৰ ভনীয়েকে জোকাই তাইক। তাইৰ লাজ লাগে। শিৰত দিঘলকৈ সেন্দুৰ লৈ ওৰণিখন লৈ লাজ লাজকৈ চাই তাই দ্ৰেচিং মিৰৰখনলৈ।
স্নেহাই লক্ষ্য কৰে¸ আজিকালি যেন অংকিত সলনি হৈছে। তাইৰ লগত ভালদৰে কথা নাপাতে। ফোনত তাৰ ঘৰৰ মানুহেও যেন তাইক পাত্তা দিব নোখোজো। ইতিমধ্যে কেইবাদিনো হল অংকিত ঘুৰি অহা। অথচ এবাৰলৈয়ো তাইক লগ কৰিব অহা নাই। কাৰণ বিচাৰি হাঁহাকাৰ লাগে তাইৰ মনটো।
: অংকিত¸ তুমি কিয় মোৰ পৰা পলাই ফুৰিছা? - তাৰ অফিচতে তাই লগ ধৰে তাক।
: স্নেহা প্লিজ¸ আমাৰ মাজত যি আছিল এটা বেয়া সপোন বুলি পাহৰি যোৱা।- হথাতে কৈ উঠে সি
: এয়া তুমি কি কৈছা অংকিত? - সপোন নে দিঠক ধৰিব নোৱাৰে স্নেহাই। অংকিতৰ মুখৰ ফালে চালে চাই¸ সি ধেমালি কৰিছে নেকি! কিন্তু তাৰ মুখখন গহীন। খেলিমেলি লাগে তাইৰ।
: ধেমালি নকৰিবানা অংকিত। - তাইৰ মাতত আব্দাৰৰ সুৰ।
: মই ধেমালি কৰা নাই স্নেহা। সেয়া ভুল আছিল। প্লিজ মোক পাহৰি যোৱা। - উচাৎ মাৰি আতৰি গল সি।
স্হানুৰ হৈ ঠাইতে বহি পৰিল তাই। এয়া কি হৈ গল! এইবোৰ কি কৰিছে অংকিতে। পিছে পিছে দৌৰি গল তাই।

: ছৰী মেডাম¸ অংকিত চাৰ আপচে মিলনা নহী চাহতে। - চিকিঅৰিটিয়ে গেটৰ পৰাই ওভতাই পঠালে তাইক। অংকিতে মানা কৰিছে। হতাশাত ভাঙি পৰে তাই। অপমানিত হোৱাতকৈয়ো তাইৰ দুখ লাগে বেছি।
অংকিত ভণ্ড। অংকিত প্ৰতাৰক।
অংকিতে তাইক ঠগিলে।
তাৰ ঘৰৰ মানুহে ব্ৰেইন ৱাছ কৰাই পেলাইছে তাৰ।
জোৰকৈ চকুপানীখিনি চেপি ধৰে তাই।
উহ অসহ্য
অংকিতে তাইক ঠগিলে।
তাৰ ঘৰৰ মানুহে ব্ৰেইন ৱাছ কৰাই পেলাইছে তাৰ।
জোৰকৈ চকুপানীখিনি চেপি ধৰে তাই।
উহ অসহ্য
: কতা¸ মইতো তাইক বিয়া কৰোৱা নাই। অ’ ভাল পাইছিলো। কিন্তু ব্ৰেকআপ কৰিছোতো। - প্ৰথমতে মিছা মাতিছিল সি। বিয়াৰ পিছত স্বামীৰ দ্বাৰা পৰিত্যক্তা নাৰীৰ জীবন দুৰ্বিসহ হৈ পৰে। মৰমৰ ঘৰখনে গালি পাৰিছিল তাইক। তাই ভুল কৰিছিল মনে মনে বিয়া পাতি। কথাবোৰ লুকাই নাথাকে। গৰ্ভধাৰণ নকৰিলেও তাই অংকিতৰ স্ত্ৰী। কিন্তু অংকিতে¸ তাৰ ঘৰখনে কটু কথা শুনাইছিল তাইক। মানসিক অশান্তি দিছিল। নাৰী সুৰক্ষা মঞ্চৰ কৰ্মীয়ে জবাবদিহি কৰিছিল অংকিতক। স্নেহাৰ মাহীয়েক সেই গোটৰ নেতৃ।
: চাওক¸ মোৰ লৰাক ব্লেকমেইলিং কৰি জোৰ জবৰদস্তি মংগলসুত্ৰ পিন্ধাব দি ফটোখন উঠালেই বিয়া হৈ নাযায়তো। - অংকিতৰ মাকে দপদপাই উঠিছিল। অংকিতে হয়ভৰ দিছিল। তাৰ মতে স্নেহাই টকাৰ বাবে ব্লেকমেইলিং কৰিছিল তাক। আত্মহত্যাৰ ভাবুকি দিছিল।
: ছি: ঘিন লাগে তাইৰ। অন্তত অংকিত এনেকুৱা হব বুলি তাই ভবা নাছিল। আধুনিক যুবতী তাই। জৰাফুকা মন্ত্ৰৰে কাৰোবাৰ মন সলাব পাৰে বুলি বিশ্বাস নকৰে।
: ছি: ঘিন লাগে তাইৰ। অন্তত অংকিত এনেকুৱা হব বুলি তাই ভবা নাছিল। আধুনিক যুবতী তাই। জৰাফুকা মন্ত্ৰৰে কাৰোবাৰ মন সলাব পাৰে বুলি বিশ্বাস নকৰে।
: মাজনী¸ আমি নোৱাৰিলো। বেলেগ উপাই নাই। তই কেচ ফাইল কৰি দে।
- অসহায় মাহীয়েকে মুৰত হাত ফুৰাই কৈ উঠিছিল। ছোৱালীজনীৰ ভবিষ্যতটোক লৈ তেওৰ চিন্তা হৈছিল।
- অসহায় মাহীয়েকে মুৰত হাত ফুৰাই কৈ উঠিছিল। ছোৱালীজনীৰ ভবিষ্যতটোক লৈ তেওৰ চিন্তা হৈছিল।
: জীবনৰ প্ৰতি বিতৃষ্ণা আহে তাইৰ। কিয় এনে কৰিলে অংকিতে। বিয়াৰ প্ৰস্তাব সিহে দিছিল। পত্নীৰ মৰ্য্যদা দিবলৈ তাইৰ শৰীৰটো সি স্পৰ্শ কৰিছিল। বিয়াৰ ফটোকেইখনক বাদ দি একোৱেই নাই তাইৰ ওচৰত প্ৰমাণ বুলিবলৈ। তাইতো টকা বিচৰা নাছিল। অংকিতৰ মৰম বিচাৰিছিল।
ঘৰখনৰ বদনাম হৈছে। মাক-বাপেকক দুখ দিবলৈ তাই আত্মহত্যা কৰিবও নোৱাৰে। ভনীয়েকজনীয়ো ডাঙৰ হৈ আহিছে। মাক-দেউতাকে ইতিমধ্যে কথা পাতিছে উকিলৰ লগত। ফ্ৰড কেচত অংকিত জেইলত সোমাবলগীয়াও হব পাৰে। উকিলজনে কৈছে। ক্ষতিপুৰণো দিব বাধ্য হব।

সকলোবোৰ অৰ্থহীন যেন লাগে স্নেহাৰ। অংকিত ফ্ৰড হলেও¸ তাইতো হৃদয়হীনা নহয়!
তাই বুজিছে জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। কাৰো বোজা নহয় তাই। এম বি এ কৰা ছোৱালী। চাকৰীতো আছে যেতিয়া চিন্তা কিহৰ।
তাই সিদ্ধান্ত লয়¸ অংকিতৰ ওপৰত কেচ নকৰে। থাকক সিয়ে সুখত।
*********************************
তাই বুজিছে জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। কাৰো বোজা নহয় তাই। এম বি এ কৰা ছোৱালী। চাকৰীতো আছে যেতিয়া চিন্তা কিহৰ।
তাই সিদ্ধান্ত লয়¸ অংকিতৰ ওপৰত কেচ নকৰে। থাকক সিয়ে সুখত।
*********************************
হুমুনিয়াহ এটা ওলাই আহে মোৰ। ৰাজশ্ৰী ইতিমধ্যে ওলাই গৈছে। কেবিনত মই অকলে।
স্নেহাৰ জীবনৰ দুখে যেন মোকো আবৰি ধৰিছে।
সচাকৈয়ে বিচৰাবোৰ সদায় দুৰলৈ গৈ থাকে¸ নিবিচৰাবোৰহে কাষচাপি আহে।
কোনাবা মহান দাৰ্শনিকে কৈছিল¸ ’সুখবোৰ আমাৰ আলহী¸ কাচিৎহে আহে জীবনলৈ। দুখবোৰ নিচেই আপোন¸ প্ৰতিনিয়ত আবৰি থাকে।’

হা হা হোহোৱাই হাঁহি দিব মন গল।
: মোৰ জীবনটোও তাছপাতৰ জোকৰৰ নিচিনা হৈ গল অ’ বাবা। - কান্দি কান্দি সমৰ দাই ফোন কৰিছিল।
সমৰদা¸ মোৰ জেঠীমাৰ লৰা। জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা। পঢ়াত খুব চোকা সৰুৰে পৰা। খুবেই শান্ত।
নগাওত পোষ্টিং তাৰ। তাতেই লগ পাইছিল নিম্ৰিতাক।
নিম্ৰিতা চলিহা। বিবাহিতা¸ লৰাটো স্কুল পাইছেহে মাথোন। গিৰিয়েক বেলেগ এটা বিভাগৰ কেৰাণী।

বন্ধুত্ব গৈ কেতিয়া প্ৰেমৰ ৰূপ ললে সি কবই নোৱাৰিলে। নিম্ৰিতাই গিৰিয়েক মানুহটো ভাল নহয়। কথাই প্ৰতি সন্দেহ¸ মাৰধৰ কৰে তাইক।
সমৰ দা¸ তাইৰ একমাত্ৰ শুভাকাংক্ষী। সমৰদাৰ ওচৰত তাই কান্দে। সি তাইক বুজাই¸ সাহস দিয়ে। খুউব অনুভুতিশীল লৰাটো। সৰুৰে পৰা সি আবেগপ্ৰৱন। নিম্ৰিতাৰ দুখবোৰে তাই দুয়োগালে দুধাৰি চকুলো বোৱাই আনে।
: বাবা¸ মই কি কৰো অ’। তায়ো মোক ভালপায়¸ ময়ো তাইক…।
গিৰিয়েকে তাইক ডিভোৰ্চ দিয়াৰ কথা কয়।
গিৰিয়েকে তাইক ডিভোৰ্চ দিয়াৰ কথা কয়।
: তই কি বিচাৰ? - কি কম মই। মোৰ চিধা কথা। নিজৰ জীবন¸ সিদ্ধান্ত নিজৰ। সমাজৰ ভণ্ডামি¸ পায়-নাপায়¸ লোকৰ বাবে গোটেই জীবন হুমুনিয়াহ কাঢ়ি থকা এইবোৰ মোৰ সহ্য নহয়।
:ময়ো তেওক বিচাৰো।
: চা সমৰদা¸ ভাললগা ভালপোৱা বেলেগ বস্তু। তই মোকতৈ ডাঙৰ। পৃথিবীখন বেছিকৈ দেখিছ। মই তোক কি কম! যি কৰ ভাবি চিন্তি কৰিবি।
: চা সমৰদা¸ ভাললগা ভালপোৱা বেলেগ বস্তু। তই মোকতৈ ডাঙৰ। পৃথিবীখন বেছিকৈ দেখিছ। মই তোক কি কম! যি কৰ ভাবি চিন্তি কৰিবি।
: মই তাইক বিয়া কৰাম বাবা। তাইৰ লৰাটোক মই পিতৃৰ মৰম দিম। - তাৰ মাতটো থোকাঠুকি। হয়তো সি বেছিকৈ আবেগিক হৈ পৰিছে।
: কথাটো এবাৰ জেঠীমাহঁতৰ লগত আলোচনা কৰিবি সমৰদা। তই ঘৰৰ একমাত্ৰ লৰা। - বয়সত তাতকৈ সৰু হলেও মই প্ৰেক্টকেল। আবেগেৰে চব কাম নহয়। প্ৰমাণ বহুবাৰ ময়ো পাইছো।
: মাৰ আপত্তি নাই অ’ বাবা। মোৰ সুখেই সকলোৰে সুখ। - মাতত তাৰ উচ্ছাস।
: ঠিকেই আছে তেনে। অাগবাঢ়¸ মোৰ শুভকামনা থাকিল। - ফোনটো কাটি দিয়ে সি। মোৰ দাদা হলেও¸ বয়সত মোতকৈ অলপ ডাঙৰ হলেও সি বন্ধুৰ নিচিনা।
: ঠিকেই আছে তেনে। অাগবাঢ়¸ মোৰ শুভকামনা থাকিল। - ফোনটো কাটি দিয়ে সি। মোৰ দাদা হলেও¸ বয়সত মোতকৈ অলপ ডাঙৰ হলেও সি বন্ধুৰ নিচিনা।
দুদিনমান গৈছিল। কৰ্মব্যস্ততাত তাৰ কথাবোৰ মই পাহৰিয়ে পেলাইছিলো। ৰাতি শুবলৈ ওলাইছিলো¸ হথাতে তাৰ ফোন আহিল।
: সমৰ দা¸ ক। নিম্ৰিতা বৌৰ কি খবৰ? - তাক জোকাবলৈ কৈ উঠো মই।
: মই হাৰি গলো অ’ বাবা।- ফোনৰ সিতো পাৰে উচপি উঠিল সি। উচপ খাই উঠো। কি হল¸ কি হল তাৰ!
: সমৰ দা¸ ক চোন! কি হৈছে। কিয় কান্দিছ তই?
: সমৰ দা¸ ক চোন! কি হৈছে। কিয় কান্দিছ তই?
: তাই নাহো বুলি কলে আজি বাবা। গিৰিয়েকক ডিভোৰ্চ নিদিয়ে। পাহৰি যাব দিছে মোক…
: হা কি…- আচৰিত হও। যিখিনি শুনিছিলো তাৰ মুখত¸ তায়ো তাক খুউব ভাল পাইছিল।
: তাই মোৰ লগত অভিনয় কৰিলে নেকি অ’। - হয়তো চকুপানী মচিছে সি।
: যি হল ভালেই হল
: নহয় অ’¸ তেওৰ অবিহনে মই কেনেকৈ থাকিম অ’। মই আত্মহত্যা কৰিম। চূড়ান্ত সিদ্ধান্ত।
: তই পাগল হলি নেকি? কি বাজে কথা বকি আছ। - হয়তো অলপ খঙত ডবিয়াই উঠিছিলো। পিছমুহুৰ্ততে বেয়া লাগিল। পয়ত্ৰিশ বছৰ বয়সত বেয়াকৈ হাৰি গল সি। হয়তো তাৰ প্ৰেমৰ পাত্ৰ শুদ্ধই নাছিল। হাজাৰ হওক তাই পৰস্ত্ৰী। সমাজৰ কথা নহয় হয়তো তাইৰ পাচবছৰীয়া সন্তানটোৱেই সহজভাবে লব নোৱাৰিলেহেতেন।

: চা সমৰদা¸ চব কথা আবেগেৰে নহয়। সময়ৰ হাতত এৰি দে চব। ভগবানে যি কৰে ভালেই কৰে। মোলৈ চা¸ ৰামঠগন খাই নিজৰ চহৰ এৰি বেংলোৰত আছোহি। - নাজানো কিমামখিনি বুজাব পাৰো তাক। তথাপি চেষ্টা কৰো মৰমৰ দাদাটোক সহজ কৰিব।
ৰাতিটো টোপনি নাহে মোৰ। তাৰ কথাবোৰেই পাকঘুৰনি খাই থাকে।
*********************************
ৰাতিটো টোপনি নাহে মোৰ। তাৰ কথাবোৰেই পাকঘুৰনি খাই থাকে।
*********************************
: গুড মৰ্নিং পলাশ ভাইয়া¸ কেচে হে আপ।
: মে ঠিক হু। তুম কেছে হো।
- মিচিকিয়া হাঁহি এটা মাৰে তাই।
: মে ঠিক হু। তুম কেছে হো।
- মিচিকিয়া হাঁহি এটা মাৰে তাই।
আজিকালি স্নেহাৰ লগত দুই এটা কথা পাতো। হাই¸ হেল্ল’কৈ মাত দিও। ৰাজশ্ৰীয়ে চিনাকী কৰাই দিছিল। খুউব গহীন ছোৱালীজনী। ময়ে কৈছিলো¸ চাৰ তাৰ নুবুলিবলৈ। বেছি ফৰ্মেল লাগে। আজিকালি হাঁহিবলৈ শিকিছে তাই। এৰি অহা ভয়লগা অতীত পাহৰিবৰ চেষ্টা কৰিছে।
অফিচতে আছিলো। লেপিত প্ৰজেক্টৰ শ্বিট এটাৰ ফৰ্মেটটো বনাই আছিলো। হথাতে জেঠীমায়ে ফোন কৰিলে।
: হেল্ল’ জেঠীমা¸ কোৱা।
: বাবা¸ ভালে আছ? - সুদুৰ গুৱাহাটীৰ পৰা জেঠীমাৰ মাতটো ভাহি উঠিল।
: এটা ভাল খবৰ আছে। আমাৰ ইয়াৰ বিয়া পাতিছো অ’। কইনা ইয়াৰে। - জেঠীমাৰ মাতত উচ্ছাস।
: অই বাবা¸ তই এসপ্তাহ আগতে আহিবি দেই। - হাঁহি হাঁহি সমৰদাই মাকৰ ফোনটো কাঢ়ি কৈ উঠে। জাপ মাৰি উঠো মই।
: খুউব ভাল খবৰ সমৰদা। মই এসপ্তাহ নহয় দুসপ্তাহ আগতে যাম। - মনটো ভাল লাগি গল।
সমৰদা হাৰি যোৱা নাই।
জলি পুৰি শেষ হৈ যোৱা নাই।

স্নেহাও হাৰি যোৱা নাই।
ৰাজশ্ৰীও হাৰি যোৱা নাই।
ময়ো হাৰি যোৱা নাই।
ৰাজশ্ৰীও হাৰি যোৱা নাই।
ময়ো হাৰি যোৱা নাই।
জীবন থমকি ৰোৱা নাই।।
0 comments:
Post a Comment